NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ৬৮ তম পুৰুষ আৰু ৪৮ তম মহিলা সৰ্বভাৰতীয় আন্তঃৰে’লৱে বাস্কেটবল চেম্পিয়নশ্বিপৰ আয়োজন
নিউজ ডেস্ক, ৫ নৱেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাৰ (এনএফআৰএছএ)ৰ দ্বাৰা আয়োজিত ৬৮ তম পুৰুষ আৰু ৪৮ তম মহিলা সৰ্বভাৰতীয় আন্তঃৰেলৱে বাস্কেটবল (Basketball) চেম্পিয়নশ্বিপ, ২০২৫ ৰ আয়োজন কৰিছে। এই চেম্পিয়নশ্বিপ মালিগাঁৱৰ এনএফআৰএছএ ইনড’ৰ ষ্টেডিয়ামত ৩ …