Kamrup Metro : কামৰূপ মহানগৰ জিলাত পহিলা জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ বিস্তৃত কাৰ্যসূচী
গুৱাহাটী, ১ জানুৱাৰী, ২০২৬ : অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে পথ আৰু যানবাহন ব্যৱহাৰকাৰীৰ মাজত ব্যাপক সজাগতা সৃষ্টিত গুৰুত্ব দি পহিলা জানুৱাৰীৰ পৰা কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা (Road Safety) সমিতিৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ বিস্তৃত …