Badminton : বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনৰ সামৰণি : ফাইনেলত পৰাস্ত হৈ ৰূপ লাভ ভাৰতৰ তনবিৰ
গুৱাহাটী, ২০ অক্টোবৰ, ২০২৫ : ভাৰতীয় বেডমিণ্টনৰ নতুন তাৰকা তনবি শৰ্মাৰ বিশ্বজয়ৰ লক্ষ্যপ্ৰাপ্তিৰ সপোনটো অপূৰ্ণ হৈ ৰ’ল৷ গুৱাহাটীত অনুষ্ঠিত বি ডব্লিউ এফ (BWF) বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ দেওবাৰে অনুষ্ঠিত মহিলাৰ একক শাখাৰ ফাইনেলত অপ্ৰত্যাশিতভাৱে পৰাজয়ৰ সন্মুখিন হ’ল ৰেংকিঙৰ শীৰ্ষ বাচনিৰ শ্বাটলাৰগৰাকী৷ …