NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ কাৰ্গো অপাৰেচন আৰু গ্ৰাহক সেৱা শক্তিশালীকৰণ
নিউজ ডেস্ক, ২২ এপ্ৰিল, ২০২৬ : চলিত বৰ্ষৰ মাৰ্চ মাহত উত্তৰ-পূব সীমান্ত ৰে’লৱেই গ্ৰাহক সন্তুষ্টি আৰু মালবাহী ৰাজহ বৃদ্ধি কৰাৰ লক্ষ্যৰে একাধিক সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহে লজিষ্টিক দক্ষতা অধিক শক্তিশালীকৰণ, কাৰ্গোৰ (Cargo) সুগম চলাচল নিশ্চিতকৰণ আৰু আঞ্চলিক কৃষি …