Guwahati : গুৱাহাটী ৰে’লৱে ষ্টেচনত অটোমেটিক টিকট ভেণ্ডিং আৰু ৱাটাৰ ভেণ্ডিং মেচিন স্থাপন
নিউজ ডেস্ক, ৫ অক্টোবৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই গুৱাহাটী ৰে’লৱে ষ্টেচনত অটোমেটিক টিকট ভেণ্ডিং মেচিন (ATVM) স্থাপন কৰি যাত্ৰীৰ সুবিধা উন্নত কৰাৰ দিশত আন এক পদক্ষেপ গ্ৰহণ কৰিছে। এই সুবিধাটো ৩ অক্টোবৰ তাৰিখে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে …