NF Railway : ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা মালবাহী ৰে’লৰ পৰিবহনত উল্লেখযোগ্য প্ৰদৰ্শন
নিউজ ডেস্ক ৩ এপ্ৰিল, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিগত বিত্তীয় বৰ্ষৰ (Financial Year) সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ ইয়াৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মালবাহী ৰে’লৰ পৰিচালনত এক প্ৰশংসনীয় প্ৰদৰ্শন কৰিছে। উন্নত আন্তঃগাঁথনি, উন্নত টাৰ্মিনেল ব্যৱস্থাপনা আৰু ষ্টেকহল্ডাৰ সৈতে ঘনিষ্ঠ …