Peerless Hospital : পিয়াৰলেছ হাস্পতালত হাওঁফাওঁত ফাটি যোৱা হাইডাটিড চিষ্ট থকা যুৱতীৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন
গুৱাহাটী, ৯ অক্টোবৰ, ২০২৫ : গুৱাহাটীৰ অগ্ৰণী ছুপাৰ স্পেচিয়েলিটি স্বাস্থ্যসেৱা প্ৰতিষ্ঠান পিয়াৰলেছ হাস্পতালে প্ৰাণঘাতী এনাফিলেক্টিক শ্বকৰ ফলত জটিল হৈ পৰা পালমোনাৰী হাইডাটিড চিষ্ট ফাটি যোৱা এগৰাকী ২৮ বছৰীয়া যুৱতীৰ জীৱন ৰক্ষাকাৰী অস্ত্ৰোপচাৰ (Operation) সফলতাৰে সম্পন্ন কৰে। উল্লেখ্য যে, এই জটিল …