indo-Bhutan : ভাৰত আৰু ভূটানক সংযোগ কৰা নতুন ৰে’ল প্ৰকল্পৰ ঘোষণা
নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ, ২০২৫ : কেন্দ্ৰীয় ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ তথা ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰ, নিউ দিল্লীত ভাৰত আৰু ভূটানৰ মাজৰ নতুন ৰে’ল সংযোগ (Railway Connectivity) প্ৰকল্পসমূহৰ ওপৰত এক চমু বক্তব্য প্ৰদান …