Fashion : বিশ্ব বিখ্যাত নিউয়ৰ্ক ফেশ্বন উইকত অসমীয়া বস্ত্ৰ পৰম্পৰাৰ উজলাই তুলিলে ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই।
নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী, ২০২৬ : বিশ্বৰ ফেশ্বন ৱৰ্ল্ডৰ অন্যতম স্বৰ্ণপীঠ নিউয়ৰ্ক ফেশ্বন উইকত আকৌ এবাৰ উজলি উঠিল আন্তঃৰাষ্ট্ৰীয়ভাৱে সমাদৃত অসমৰ বস্ত্ৰ শিল্প। অসম কন্যা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই (Sanjukta Dutta) আকৌ এবাৰ গৌৰান্বিত কৰিলে অসম আৰু অসমীয়াক। নিউয়ৰ্কৰ পথৰ …