Bhupen Hazarika : সুধাকণ্ঠ ভূপেন হাজৰিকালৈ আৰোগ্যময় সাংগীতিক শ্ৰদ্ধাঞ্জলি অনুভূতি আৰু ইমনৰ
নিউজ ডেস্ক, ১০ ছেপ্টেম্বৰ, ২০২৫ : লুইতৰ পাৰৰ মহানায়ক সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ শততম জন্মবাৰ্ষিকী উপলক্ষ্যে কলকাতাত (Kolkata) এক হৃদয়স্পৰ্শী অনুষ্ঠানেৰে ব্যতিক্ৰমী শ্ৰদ্ধাজ্ঞলি যাঁচিলে সমগ্ৰ ভাৰতবৰ্ষত হিলিং কনচাৰ্ট আৰু কৰ্পৰেট ৱেলনেছ চেছনৰ বাবে সুপৰিচিত প্ৰখ্যাত মিউজিক থেৰাপিষ্ট তথা পৰিবেশক অনুভূতি …