West Bengal : পশ্চিমবঙ্গত আধুনিক ৰে’ল সংযোগ আৰু ভ্ৰমণ সুবিধাৰ উন্নয়ন
নিউজ ডেস্ক, ১২ মাৰ্চ, ২০২৬ : পশ্চিমবঙ্গত ৰে’ল পথ বিকাশৰ গতিবেগ দশকৰ পিছত দশক ধৰি তুলনামূলকভাৱে লেহেমীয়া আছিল। বহুতো প্ৰকল্প বহু বছৰ ধৰি অসম্পূৰ্ণ হৈ ৰয় আৰু ৰে’লৱে আন্তঃগাথনিৰ আধুনিকীকৰণে ৰাজ্যখনৰ প্ৰয়োজন অনুসৰি গতিবেগ লাভ কৰা নাছিল। কিন্তু এতিয়া এই …