Maligaon : মালিগাঁও ৰে’লৱে উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তগাঁথনি আৰু শৈক্ষিক মানদণ্ডৰ উন্নতকৰণ
গুৱাহাটী, ২৪ মাৰ্চ, ২০২৬ : উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই মালিগাঁওস্থিত ৰে’লৱে উচ্চ মাধ্যমিক বিদ্যালয়ত (Railway Higher Secondary School) আন্তঃগাঁথনি আৰু শৈক্ষিক সুবিধাসমূহ উন্নত কৰাৰ দিশত উল্লেখযোগ্য আধুনিকীকৰণৰ কাম হাতত লৈছে। এই পদক্ষেপৰ অংশ হিচাপে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত ১৯ …