NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা সুগম ৰে’ল পৰিচালনৰ বাবে ফকিৰাগ্ৰামত য়াৰ্ড আধুনিকীকৰণৰ কাম সম্পূৰ্ণ
কোকৰাঝাৰ, ৭ জুলাই, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২ জুলাই, ২০২৫ তাৰিখে আলিপুৰদুৱাৰ মণ্ডলৰ ফকিৰাগ্ৰাম ষ্টেচনত (Fakiragram Station) বহু প্ৰত্যাশিত আৰু প্ৰভাৱশালী য়াৰ্ড লেআউট সংশোধন সফলতাৰে সম্পূৰ্ণ কৰে। এই প্রকল্পটোৰ লক্ষ্য আছিল য়াৰ্ডৰ লেআউট উপযু্ক্ত ৰূপে উন্নত কৰি কাৰ্যক্ষমতা আৰু …