Vande Bharat Train : গুৱাহাটী-কলকাতাৰ মাজত চলিব ভাৰতৰ প্ৰথম বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন
নিউজ ডেস্ক, ২ জানুৱাৰী, ২০২৬ : ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ তথা ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে’ল ভৱনত অনুষ্ঠিত এখন বৈঠকত জনায় যে ভাৰতৰ প্ৰথম বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন অসমৰ কামাখ্যা আৰু পশ্চিমবংগৰ হাওড়াৰ মাজত চলাচল …