Lumding-Badarpur : ৰেকৰ্ড সময়ত লামডিং-বদৰপুৰ ৰে’ল পথৰ পুনৰুদ্ধাৰ
নিউজ ডেস্ক, ৩০ জুন, ২০২৫ : উত্তৰ পূব সীমান্ত ৰেলৱেই (NF Railway) লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডৰ অন্তৰ্গত জাটিংগা লামপুৰ-নিউ হাফলং খণ্ডৰ ১০৮/৬-৮ ৰ মাজত ক্ষতিগ্ৰস্ত হোৱা ৰে’লপথত ৰে’ল সেৱাৰ পুনৰুদ্ধাৰৰ ঘোষণা কৰিছে। এই সেৱা ২৯ জুন তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু …