NF Railway : উৎসৱৰ ভিৰ নিয়ন্ত্ৰণৰ অৰ্থে বৰদিন আৰু নৱবৰ্ষ ২০২৬ ৰ উপলক্ষ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ ৰে’লৰ চলাচলৰ সময়সীমা বৃদ্ধি
নিউজ ডেস্ক, ২৫ ডিচেম্বৰ, ২০২৫ : উৎসৱৰ সময়ত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেই খ্ৰীষ্টমাছ আৰু নৱবৰ্ষ ২০২৬ ৰ উপলক্ষ্যে দুযোৰ বিশেষ ৰে’লৰ (Special Train) চলাচলৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সম্প্ৰসাৰিত বিশেষ ৰে’লসমূহ …