NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকৰ ত্ৰিপুৰাত ব্যাপক পৰিচালনগত সুৰক্ষা ব্যৱস্থা পৰিদৰ্শন
নিউজ ডেস্ক, ২০ জুন, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ১৮ জুনৰ পৰা আৰম্ভ কৰি লামডিং মণ্ডলৰ অধীনস্থ ত্ৰিপুৰাৰ (Tripura) গুৰুত্বপূৰ্ণ ৰে’ল স্থাপনাসমূহ আৰু পৰিচালনগত সুবিধাসমূহৰ দুদিনীয়া পৰিদৰ্শন সম্পন্ন কৰে। এই পৰিদৰ্শন ধৰ্মনগৰ …