Axis : এক্সিছ মিউচুৱেল ফাণ্ডৰ নতুন থিমেটিক স্কীম “এক্সিছ চাৰ্ভিছেছ অপৰ্চুনিটিজ ফাণ্ড” মুকলি
নিউজ ডেস্ক, ৩ জুলাই ২০২৫ : ভাৰতৰ অন্যতম শীৰ্ষস্থানীয় সম্পদ ব্যৱস্থাপনা কোম্পানী এক্সিছ মিউচুৱেল ফাণ্ডে (Axis Mutual Fund) আজি “এক্সিছ চাৰ্ভিছেছ অপৰ্চুনিটিজ ফাণ্ড” নামৰ নতুন অ’পেন-এণ্ডেড ইকুইটি স্কীম আৰম্ভ কৰাৰ ঘোষণা কৰে। ভাৰতৰ দ্ৰুতগতিত বিকাশিত সেৱাখণ্ডৰ সুবিধাসমূহৰ সদ্ব্যৱহাৰ কৰিব পৰাকৈ …