Radisson Blu : ৰেডিচন ব্লু, গুৱাহাটীত উত্তৰ-পূবৰ সৰ্ববৃহৎ স্তম্ভবিহীন কনভেনচন চেণ্টাৰৰ উপস্থাপন।
গুৱাহাটী, ১০ ডিচেম্বৰ, ২০২৫ : নিজৰ অতিথি-সেৱা প’ৰ্টফ’লিঅ’ বিস্তাৰ কৰিবলৈ ধৰ্মপাল সত্যপাল গ্ৰুপ (DS Group), যি এগৰাকী শ্ৰেষ্ঠ এফএমচিজি সংঘবদ্ধ কোম্পানী আৰু বহু-ব্যৱসায়িক সংস্থা, উত্তৰ-পূবত থকা নিজৰ বিদ্যমান সম্পত্তি ৰেডিচন ব্লু গুৱাহাটীত গুৰুত্বপূর্ণ উন্নয়নৰ জৰিয়তে অতিথি-সেৱা বিস্তাৰৰ কৌশলগত ঘোষণা দিছে। …