Children Safety : ৰে’লৱেত শিশুক সুৰক্ষিত কৰাৰ দিশত ৰে’লৱে সুৰক্ষা বাহিনীৰ দৃঢ় পদক্ষেপ
নিউজ ডেস্ক, ১৬ জুন, ২০২৫ : শিশু শ্রম (Child Labour) নিৰ্মূল আৰু সকলোৰে বাবে শিক্ষা নিশ্চিত কৰাৰ দিশত প্ৰতি বছৰে এক সজাগতা প্ৰচাৰৰ বাবে বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন কৰা হয়, যি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা (আইএলঅ’)ৰ দ্বাৰা ২০০২ বৰ্ষত …