School : “এ টু জেড অৱ অপেনিং এ ছাকচেছফুল স্কুল” কৰ্মশালাত উত্তৰ-পূৰ্বাঞ্চলৰ শতাধিক শিক্ষা উদ্যোগীৰ অংশগ্ৰহণ
গুৱাহাটী, ২৬ নৱেম্বৰ, ২০২৫ : বিদ্যালয় স্থাপনৰ এক সফল নীতি নিৰ্ধাৰণৰ উদ্দেশ্যে গুৱাহাটীৰ হোটেল ভিভাণ্টাত অনুষ্ঠিত হৈ যায় “এ টু জেড অৱ অপেনিং এ ছাকচেছফুল স্কুল” শীৰ্ষক এখন দিনজোৰা কৰ্মশালা। এই বিশেষ কৰ্মশালাখনত অংশগ্ৰহণ কৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ (North East) …