NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’লসেৱাৰ
নিউজ ডেস্ক, ১ জুন, ২০২৫ : ৰে’লযাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’ল (Special Rail) সেৱাৰ চলাচলৰ সময়সীমা সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, অৰ্থাৎ ৰে’ল নং. ০৭৩২৫/০৭৩২৬ (এছএছএছ হুব্বালি জংচন-কাটিহাৰ-এছএছএছ হুব্বালি জংচন) আৰু ৰে’ল নং. ০৬৫৫৯/০৬৫৬০ …