IIT Guwahati : আইআইটি গুৱাহাটীৰ সহযোগত ৰে’লৱে কল’নীসমূহত পৰিৱেশ-হিতৈষী আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে পদক্ষেপ গ্ৰহণ
গুৱাহাটী, ৩০ জুলাই, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) লামডিং মণ্ডলৰ অধীনৰ মালিগাঁও আৰু পাণ্ডু ৰে’লৱে কল’নীসমূহত পাৰিপাৰ্শ্বিক বহনক্ষমতা বৃদ্ধি আৰু বিজ্ঞানসন্মত আৱৰ্জনা ব্যৱস্থাপনা পদ্ধতিৰ প্ৰসাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, এক সমন্বিত আৱৰ্জনা নিষ্কাষণ পদ্ধতিৰ ৰূপায়নৰ বাবে এক …