বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ভোট কেন্দ্ৰলৈ ৰাওনা হ’ল নিৰ্বাচনী বিষয়া সকল

জোনমণি বেগম বিশ্বনাথ ২৬ মার্চ বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ভোট কেন্দ্ৰলৈ ৰাওনা হ’ল নিৰ্বাচনী বিষয়া সকল। ৭৬ নং বিশ্বনাথ বিধানসভা সমষ্টি আৰু ৭৭ নং বিহালী বিধানসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ সমষ্টি দুটাৰ ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হ’ল নিৰ্বাচনত …

আগন্তক বিধানসভা নিৰ্বাচনত ২,৩৩,৭৪,০৮৭ গৰাকী ভােটাৰে ভােটাধিকাৰ সাব্যস্ত কৰিব

গুৱাহাটী ২৫ মাৰ্চ অংগন্তক অসম বিধানসভা নির্বাচনত ভােটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ২,৩৩,৭৪,০৮৭ গৰাকী সাধাৰণ ভােটাৰৰ নাম ভোটাৰ তালিকাত তালিকাভুক্ত কৰা হৈছে। ২,৩৩,৭৪,০৮৭ গৰাকী ভোটাৰৰ ভিতৰত আছে ১,১৮,২৩,২৮৬ গৰাকী পুৰুষ, ১,১৫,৫০,৪০৩ গৰাকী মহিলা আৰু ৩৯৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। ইয়াৰ উপৰিও …

বিহালীত অসম জাতীয় পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী অঞ্জন উপাধ্যায়ৰ ব্যতিক্ৰমী প্ৰচাৰ অভিযান

জোনমণি বেগম বিশ্বনাথ ২৫ মার্চ বিহালীত অসম জাতীয় পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী অঞ্জন উপাধ্যায়ৰ ব্যতিক্ৰমী প্ৰচাৰ অভিযান। ব্যবহুল প্ৰচাৰৰ বিপৰীতে মানুহৰ ঘৰে ঘৰে গৈ ভোট প্ৰদানৰ বাবে আহ্বান অঞ্জন উপাধ্যায়ৰ। বৃহস্পতিবাৰে সন্দিয়া ৬ বজাৰ পৰা ৰাজনৈতিক দল সমূহে বন্ধ কৰিব লাগিব …

নিজ সমষ্টিতেই নিষিদ্ধ ৰেকিবুদ্দিন আহমেদ

ফজলুৰ ৰহমান ছায়গাঁও ২৪ মাৰ্চ ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে ক্ষোভিত ছায়গাঁওবাসী ৰাইজ। ক্ষোভিত ৰাইজে নিজ সমষ্টিতেই বিধায়ক গৰাকীক নিষিদ্ধ কৰিলে। ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ সমষ্টিবাসীৰ। ৰেকিব হটাও, ছয়গাঁও বচাও ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে ছায়গাঁৱৰ কলহীকাষবাসী …

ছাত্ৰ-ছাত্ৰীৰ মাজত অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন

মানকাচৰ ২৪ মাৰ্চ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত থকা গুদলিগাঁও বি এছ এফ কেম্পত ৬ নং বি এন বি এছ এফে এক অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনী অনুষ্ঠানৰ আয়োজন কৰে। এই অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনী অনুষ্ঠানৰ জৰিয়তে বি এছ এফে ছাত্ৰ-ছাত্ৰী সকলক অস্ত্ৰ-শস্ত্ৰ …

নিৰ্বাচনৰ আগ মূহুৰ্তত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ

বাক্সা ২৩ মার্চ নিৰ্বাচনৰ আগ মূহুৰ্তত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ। বৰমাত উদ্ধাৰ বৃহৎ পৰিমাণৰ শক্তিশালী অস্ত্ৰ-শস্ত্ৰ৷ গাতত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিলে অস্ত্ৰ-শস্ত্ৰখিনি। অসম বিধানসভা নিৰ্বাচনৰ আগ মূহুৰ্তত ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বৰখাৰুৱাত সোমবাৰে নিশা বৰমা আৰক্ষীৰ সহযোগত বাক্সা আৰক্ষীয়ে …

প্রিছাইডিং আৰু পলিং বিষয়া সকলক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান

মানকাচৰ ২২ মার্চ ভোট গ্ৰহণৰ বাবে দক্ষিণ শালমাৰা মানকাচৰ জিলাত ১৪৪০ গৰাকী প্রিছাইডিং আৰু পলিং বিষয়াক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্রিছাইডিং আৰু পলিং বিষয়াক প্ৰশিক্ষণ প্ৰদান। অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ …

অসম জাতীয় পৰিষদৰ বিহালী সমষ্টিৰ প্ৰাৰ্থী অঞ্জন উপাধ্যায়ৰ দোকানে দোকানে নিৰ্বাচনী প্ৰচাৰ

জোনমণি বেগম বিশ্বনাথ ২১ মাৰ্চ বিহালী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অঞ্জন উপাধ্যায়ে বিহালী সমষ্টিত তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন থাকোতে বিহালী সমষ্টিৰ নিৰ্বাচনী যুঁজখন আকৰ্ষনীয় হৈ পৰিছে।এফালে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত, আনফালে কংগ্ৰেছ …

আমাক ৰাস্তা দিয়ক আমাৰ ভোট লওক

মানকাচৰ ২০ মার্চ তৃতীয় পৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ বাবে ৰাজনৈতিক দলৰ নেতা সকল উঠি পৰি লাগিছে। ভোটাৰ ৰাইজৰ দুৱাৰে দুৱাৰে গৈ ভোট ভিক্ষা কৰিছে টিকট লাভ কৰা প্ৰাৰ্থী সকলে। টিকট লাভ কৰা …

শতাধিক লোকৰ কংগ্ৰেছ দলত যোগদান

জোনমণি বেগম বিশ্বনাথ ১৯ মার্চ বিশ্বনাথত শতাধিক লোকৰ কংগ্ৰেছ দলত যোগদান। কংগ্ৰেছ দলৰ এক নিৰ্বাচনী সভাত আনুষ্ঠানিকভাৱে শতাধিক লোকে যোগদান কৰিলে কংগ্ৰেছ দলত। অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিশ্বনাথত কংগ্ৰেছ দলৰ ব্যাপক প্ৰচাৰ অভিযান। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনকলৈ ৰাজ্যৰ প্ৰতিটো …