গোলাঘাট আৰু ডিফুত বৃহৎ পৰিমাণৰ ড্ৰাগছ জ্বলালে মুখ্যমন্ত্ৰীয়ে
সাজিদূৰ ৰহমান ডিফু : গোলাঘাট আৰু ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জ্বলালে বৃহৎ পৰিমাণৰ ড্ৰাগছ। অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ পথ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে অসম আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। অসমত এখন ড্ৰাগছমুক্ত সমাজ গঠন কৰাৰ বাবে …