বিগত ২০ দিন ধৰি অন্ধকাৰত ডুব গৈ আছে বৰপেটা জিলাৰ এখন গাঁও
আব্দুল হক নগৰবেৰা : এফালে ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে ঘৰতে থাকিবলৈ বাধ্য হৈছে ৰাইজ, আনফালে উৎকট গৰমৰ বাবে ঘৰত থকা একেবাৰে অসম্ভৱ হৈ পৰিছে এখন গাঁৱৰ ৰাইজে বাবে। কাৰণ ক’ভিডসৃষ্ট এই পৰিস্থিতি আৰু উৎকট গৰমৰ পিছতো বিজুলী ফেন নুঘূৰে এখন গাঁৱত, …