Purabi Dairy : পূৰবী ডেইৰীৰ বৰাক উপত্যকাত আনুষ্ঠানিক প্ৰৱেশ; শিলচৰ দুগ্ধ প্ৰসংসাধন প্ৰকল্পৰ শুভ উদ্বোধন
শিলচৰ, ২ মাৰ্চ, ২০২৬ : দক্ষিণ অসমৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে শিলচৰৰ (Silchar) গুংগুৰত অৱস্থিত নৱীকৃত দুগ্ধ প্ৰসংসাধন প্ৰকল্পটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে। ইয়াৰ লগে লগে বৰাক উপত্যকাত …