NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ উপলক্ষে প্ৰাৰম্ভিক অনুষ্ঠানৰ আয়োজন
গুৱাহাটী, ২৩ মে’, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২৩ মে’ ২০২৫ তাৰিখে গুৱাহাটীৰ মালিগাঁওস্থিত ইয়াৰ মূখ্য কাৰ্যালয়ৰ সন্মিলন কক্ষত বিশ্ব পৰিৱেশ দিৱস (World Environment Day) উদযাপনৰ আৰম্ভণিৰ সূচনাস্বৰূপে এক প্ৰাৰম্ভিক অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানটোত ৰে’লৱেৰ সকলো পিএইছঅ’ডি, এইছঅ’ডি আৰু …