Brahmaputra : ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন শৰাইঘাট ৰে’ল-কাম-ৰোড সেতুৰ কাম শীঘ্ৰেই আৰম্ভ
গুৱাহাটী, ২০ জুলাই, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) অধীনৰ আগিয়াঠুৰী-কামাখ্যা ৰে’লপথৰ দ্বৈতকৰণ কাৰ্যৰ অংশ হিচাপে শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল-কাম-ৰোড সেতু নিৰ্মাণৰ বাবে অনুমোদন প্ৰদান কৰা হৈছে। এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পটো ২০২৩-২৪ বিত্তীয় বৰ্ষত ১,৪৭৩.৭৭ কোটি টকাৰ অনুমোদিত …