NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক (নির্মাণ)ৰ আৰাৰিয়া-গলগলিয়া নতুন ব্ৰড গ’জ ৰে’লপথ প্ৰকল্পৰ পৰিদৰ্শন
নিউজ ডেস্ক, ১৯ জুন, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱে (নির্মাণ)ৰ মহাপ্ৰৱন্ধক অৰুণ কুমাৰ চৌধুৰীয়ে ১৬ জুন তাৰিখে আৰাৰিয়া-গলগলিয়া নতুন ব্ৰড গজ (BG) ৰে’লপথ প্রকল্পৰ এক বিস্তৃত পৰিদৰ্শন সম্পন্ন কৰে। এই পৰিদৰ্শনত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ কাটিহাৰ মণ্ডলৰ অন্তৰ্গত বিহাৰৰ আৰাৰিয়া …