হোজাইত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
হোজাই ৭ জানুৱাৰী হোজাইত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য৷ হোজাই দক্ষিণ কেন্দুগুৰি গাঁৱত উদ্ধাৰ হয় ধনীৰাম নামৰ এজন যুৱকৰ মৃতদেহটো৷ পত্নীৰ পৰকিয়া প্ৰেমৰ পৰিণতিত যুৱক জনক হত্যা কৰাৰ সন্দেহ। বৃহস্পতিবাৰে হোজাই জিলাৰ কেন্দুগুৰি গাঁৱত ধনীৰাম নামৰ এজন যুৱকৰ মৃতদেহ …