ৰমজান উপলক্ষে বজাৰত ইছলাম ধৰ্মাৱলম্বী গ্ৰাহকৰ ভিৰ
দক্ষিণ শালমাৰা ১৩ এপ্ৰিল অহা কালিৰ পৰা আৰম্ভ হয় ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ৰমজান মাহ। সম্পূৰ্ণ এটা মাহ মুছলমান লোক সকলে ৰোজা ৰাখি আল্লাহৰ ওচৰত দোৱা কৰিব। ৰোজা উপলক্ষে সমগ্ৰ বিশ্ববাসীৰ লগতে হাটশিঙিমাৰী-মানকাচৰতো ইছলাম ধৰ্মৰ লোক সকলৰ মাজত দেখিবলৈ …