Khelo India : খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমৰ চতুৰ্থটো পদক : টেবুল টেনিছৰ ডাবলছত প্ৰিয়ানুজ-দিব্যজৰ ৰূপ অৰ্জন
নিউজ ডেস্ক, ৯ মে’, ২০২৫ : অসমে চলিত সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত চতুৰ্থটো পদক অৰ্জন কৰিছে৷ ৰাজ্যৰ দুই প্ৰতিভাবান টেবুল টেনিছ (Table Tennis) খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্য আৰু দিব্যজ ৰয় ৰাজখোৱাই ল’ৰাৰ ডাবলছ শাখাত ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয়৷ …