NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা লোকো পাইলটসকলৰ সুস্থতা আৰু কৰ্মদক্ষতা বৃদ্ধিৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ
নিউজ ডেস্ক, ৬ জুলাই, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰে’লসেৱাৰ (Railway) সুৰক্ষিত, সময়ানুৱৰ্ত্তিতাৰ সৈতে সুগম পৰিচালন নিশ্চিত কৰাৰ দিশত লোকো পাইলটসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি অবিৰতভাৱে কৃতজ্ঞতা প্ৰকাশ কৰি আহিছে। ৰে’ল পৰিবহন ব্যৱস্থাৰ এক মেৰুদণ্ডস্বৰূপ এই লোকো পাইলটসকলে এক …