NF Railway : ২০২৪ ত টিকটবিহীন যাত্ৰীৰ প্ৰায় ৫.৭০ লাখ গোচৰৰ পৰা ৪৮.১১ কোটিতকৈ অধিক টকা সংগ্ৰহ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ
নিউজ ডেস্ক, ১৭ জানুৱাৰী, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই সকলো বোনাফাইড যাত্ৰীৰ বাবে অসুবিধামুক্ত আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰিবলৈ নিয়মিত, ব্যাপক টিকট চেকিং অভিযান চলাই আহিছে। এই অভিযানসমূহৰ উদ্দেশ্য হৈছে, টিকটবিহীন আৰু অনিয়মিত ভ্ৰমণ নিয়ন্ত্ৰণ কৰা, যাৰ ফলত প্ৰকৃত যাত্ৰীসকল …