Rozgar Mela : ৰোজগাৰ মেলাত ৫১,০০০ ৰো অধিক নতুন কৰ্মৰ নিযুক্তি পত্ৰ বিতৰণ
গুৱাহাটী, ১৩ জুলাই, ২০২৫ : উত্তৰ পূব সীমান্ত ৰে’লৱেই (NF Railway) শনিবাৰে ১২ জুলাই তাৰিখে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰযোৰা মহত্বপূৰ্ণ নিযুক্তি অভিযানৰ এক অংশৰূপে তিনিখন প্ৰধান চহৰ ক্ৰমে গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়ীত সফলতাৰে ৰোজগাৰ মেলাৰ আয়োজন কৰে। প্ৰধানমন্ত্ৰীৰ কৰ্মসংস্থান সৃষ্টিৰ প্ৰতিশ্ৰুতিৰ …