NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ২৩ খন ৰে’লৰ সময়সূচীৰ সংশোধন
নিউজ ডেস্ক, ২৯ জুন, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই উন্নত সময়ানুৱৰ্ত্তিতা নিশ্চিত কৰাৰ অৰ্থে আৰু যাত্ৰীৰ সুবিধা বৃদ্ধি কৰাৰ বাবে ইয়াৰ নেটৱৰ্কৰ অন্তৰ্গত নিৰ্বাচিত ষ্টেচনসমূহত ২৩ খন ৰে’লৰ সময়সূচী (Railway Timing) সংশোধন কৰিছে। এই সংশোধিত সময়সূচী পৰ্যায়ক্ৰমে ২৯ জুন তাৰিখৰ …