এইবাৰ দক্ষিণ কামৰূপত বিদ্যুৎৰ খুটাত বান্ধি সাংবাদিকক প্ৰহাৰ

মিৰ্জা  ১৫ নৱেম্বৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতে পুনৰ সাংবাদিকক আক্ৰমণ। বিদ্যুৎৰ খুটাত বান্ধি সাংবাদিকক প্ৰহাৰ একাংশ লোকৰ। সাংবাদিক গৰাকীৰ আক্ৰমণত দক্ষিণ কামৰূপৰ ভু-মাফিয়া তথা জুৱাৰীৰ দল জড়িত থকাৰ অভিযোগ। ৰাজ্য কঁপাই যোৱা তিনিচুকীয়া জিলাৰ কাকপথৰৰ প্ৰতিদিন …

বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত চাৰি জনকৈ লোক

মুস্তাক আহমেদ জুৰীয়া ১৫ নৱেম্বৰ জুৰীয়াৰ গুলিৰপাৰ চৰত চাঞ্চল্যকৰ ঘটনা। বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত চাৰি জনকৈ লোক। খেতিৰ কাম কৰি থকা অৱস্থাত লাওখোৱা অব্যৰণ্যৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড গাহৰিয়ে আক্ৰমণ কৰে লোক কেইজনক। নগাঁও জিলাৰ জুৰীয়াৰ অন্তৰ্গত …

গুপ্তধনৰ লালসাত পাঁচ দেৱশিশুক বলি দিয়াৰ অপচেষ্টা

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৫ নৱেম্বৰ কালীপূজাৰ দিনাই শিৱসাগৰত সংঘটিত ভয়ংকৰ ঘটনা৷ কালীক সন্তুষ্ট কৰিবলৈ পাঁচটাকৈ দেৱশিশুক বলি দিয়াৰ অপচেষ্টা ৷ৰাইজৰ তৎপৰতাত বলি শালৰ পৰাই উদ্ধাৰ পাঁচটাকৈ দেৱশিশু৷ শিৱসাগৰ জিলাৰ ডিমৌমুখত সংঘটিত হৈছে এক গাৰ নোম শিয়ৰি …

ট্ৰেভেলাৰ গাড়ীত গুলীবর্ষণ ডকাইতৰ দলৰ

ছাহিদুল আলম ডবকা ১৫ নৱেম্বৰ হোজাইৰ কপাহবাৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ উজনি অসমলৈ সাঁচি কাঠ আনিবলৈ গৈ থকা ট্ৰেভেলাৰ গাড়ীত ডকাইতি কাণ্ড৷ ট্ৰেভেলাৰ গাড়ীখনলৈ গুলীবৰ্ষণ কৰি ডকাইতৰ দলটোৱে গাড়ীখন ৰখাই ডকাইতিৰ চেষ্টা কৰে৷ হোজাই জিলাৰ কপাহবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি …

কংগ্ৰেছৰ ৪২ বছৰীয়া দুৰ্গত এআইইউডিএফ দলৰ আগন্তুক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা

অলি উল্লাহ খান লাহৰীঘাট ১৫ নৱেম্বৰ কংগ্ৰেছৰ ৪২ বছৰীয়া দুৰ্গ লাহৰীঘাট বিধান সভা সমষ্টিত এআইইউডিএফ দলৰ আগন্তুক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা। কেইবা সহস্ৰাধিক কৰ্মীৰ উপস্থিতিত এআইইউডিএফৰ বিশাল কৰ্মী সভা। আগন্তুক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে …

দক্ষিণ কামৰূপৰ চাম্পুপাৰাত জুৱাৰ বিৰুদ্ধে জোৰশিমুলী আৰক্ষীৰ অভিযান

ফজলুৰ ৰহমান সোণতলী ১৪ নৱেম্বৰ দক্ষিণ কামৰূপৰ চাম্পুপাৰাত জুৱাৰ বিৰুদ্ধে জোৰশিমুলী আৰক্ষীৰ অভিযান। জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমাকান্ত বৰাৰ নেতৃত্বত শুকুৰবাৰে নিশা চলে এই অভিযান। কালীপূজা উপলক্ষে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে জুৱাৰ আড্ডা। শুকুৰবাৰে …

২০২১ বৰ্ষৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ  হজ্জ যাত্ৰাৰ অনলাইন আবেদনৰ আহবান কৰা হৈছে

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৪ নৱেম্বৰ ২০২১ বৰ্ষৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ  হজ্জ যাত্ৰাৰ অনলাইন আবেদনৰ আহবান কৰা হৈছে। ১৮ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ লোকে আবেদন জনাব পাৰিব। এই সন্দৰ্ভত শিৱসাগৰ ষ্টেচন চাৰি আলিৰ অস্থায়ী …

হোজাইত স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল-মা-আৰিফৰ প্ৰশংসনীয় পদক্ষেপ

ছাহিদুল আলম ডবকা ১৩ নৱেম্বৰ হোজাইত স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল-মা-আৰিফৰ প্ৰশংসনীয় পদক্ষেপ। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ৮০ গৰাকী দৰিদ্ৰ যুৱতী আৰু অসহায় মহিলাক চিলাই মেচিনসহ নগদ ৫ হাজাৰ টকাকৈ মুঠ ৪ লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান৷ উপাৰ্জনহীন ৩০ গৰাকী দৰিদ্ৰ লোকক …

অন্ধবিশ্বাসৰ বিৰুদ্ধে পাঠ্যক্ৰমত পাঠ অন্তৰ্ভূক্ত কৰক : ড° দিব্যজ্যোতি শইকীয়া

গুৱাহাটী ১৪ নৱেম্বৰ কাৰ্বি আংলংত অন্ধবিশ্বাস, ডাইনীকাণ্ড, দলবদ্ধ আক্ৰমণ’ শীৰ্ষক সজাগতা সভা। গুণগত প্ৰকৃত শিক্ষাইহে অন্ধবিশ্বাস ৰোধ কৰিব। য’ত যুক্তি আৰু বৈজ্ঞানিক প্ৰমাণ নাই সেইটোৱেই হৈছে অন্ধবিশ্বাস’৷ কাৰ্বি আংলং জিলা আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হোৱা অন্ধবিশ্বাস, ডাইনীকাণ্ড, আৰু দলবদ্ধ আক্ৰমণ’ শীৰ্ষক …

কালীপূজা উপলক্ষে নগাঁৱত বৃহৎ জুৱাৰ আড্ডা

কুন্দন ভৰালী নগাঁও ১৪ নৱেম্বৰ কালীপূজা উপলক্ষে নগাঁৱত চলিছে বৃহৎ জুৱা। নগাঁও চহৰৰ লাওখোৱা ৰোডত জুৱাৰ ঘাটি উচ্ছেদ। আটক হল ১৩ জনকৈ লোক। কেইবা সহস্ৰাধিক নগদ ধনো জব্দ কৰিলে আৰক্ষীয়ে। নগাঁও জিলাৰ হয়বৰগাঁও আৰক্ষীয়ে চলাইছিল জুৱা বিৰোধী অভিযান। কালীপূজা উপলক্ষে …