ব্ৰয়লাৰ মুৰ্গী ভৰ্তি গাড়ী হাইজেক
মুস্তাক আহমেদ জুৰীয়া ১৪ নৱেম্বৰ ব্ৰয়লাৰ মুৰ্গী ভৰ্তি গাড়ী হাইজেক। আৰক্ষীয়ে জব্দ কৰিলে ব্ৰয়লাৰ মুৰ্গী ভৰ্তি দুখন গাড়ী। ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হ#বলৈ ধৰিছে নগাঁও জিলাৰ জুৰীয়াৰ বিভিন্ন অঞ্চল। জুৰীয়াত একাংশ দুস্কৃতিকাৰী এতিয়া নামি পৰিছে গাড়ী হাইজেকৰ দৰে জঘন্য অপৰাধত। …