তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনকলৈ সম্পূৰ্ন সাজু কামৰূপ মহানগৰ আৰু নগাঁও জিলা প্ৰশাসন

গুৱাহাটী ১৬ ডিচেম্বৰ বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনকলৈ সম্পূৰ্ণ সাজু কামৰূপ মহানগৰ আৰু নগাঁও জিলা প্ৰশাসন। কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত তিৱা স্বায়ত্বশাসিত পৰিষদৰ ৬ টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া ১০০ টা ভোট গ্ৰহণ কেন্দ্ৰত নিয়োজিত প্ৰিজাইডিং বিষয়া আৰু প’লিং …

আকাশবাণী, ডিব্ৰুগড় কেন্দ্ৰ বন্ধৰ সিদ্ধান্তৰ বিৰূদ্ধে প্ৰতিবাদ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৫ ডিচেম্বৰ প্ৰেছ ক্লাৱৰ উদ্যোগত ২ ঘন্টিয়া অৱস্থান ধৰ্মঘট। আকাশবাণী, ডিব্ৰুগড় কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰূদ্ধে শিৱসাগৰ প্ৰেছ ক্লাবৰ প্ৰতিবাদ। আকাশবাণী, ডিব্ৰুগড় কেন্দ্ৰ পুনৰ মুকলি কৰাৰ দাবী। প্ৰচাৰ ভাৰতীৰ আকাশবাণী, ডিব্ৰুগড় কেন্দ্ৰটি বন্ধ …

চামগুৰিৰ বিভিন্ন অঞ্চলত ১৫০ জনীয়া বৃহৎ বনৰীয়া হাতীৰ জাকে অব্যাহত ৰাখিছে উপদ্ৰৱ

নৱজোতি বৰুৱা চামগুৰি ১৫ ডিচেম্বৰ নগাঁও জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ সংঘাত। বিশেষকৈ জিলাখনৰ চামগুৰিৰ অন্তৰ্গত গাঁও সমূহত বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস অব্যাহত ৰাখিছে। চামগুৰিত ১৫০ জনীয়া এটা বৃহৎ বনৰীয়া হাতীৰ জাকে গাঁও সমূহত সন্ত্ৰাস …

শিৱসাগৰত সহস্ৰাধিকৰ বিজেপিত যোগদান

আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শি ৱসাগৰ ১৫ ডিচেম্বৰ শিৱসাগৰত সহস্ৰাধিকৰ লোকৰ বিজেপিত যোগদান। জিলাখনৰ বিভিন্ন দল-সংগঠনৰ লগতে ৰাজনৈতিক দলৰ বহু লোক যোগদান কৰে বিজেপি দলত। যোগদান অনুষ্ঠানত কৃষক আন্দোলন ৰাজনৈতিক চক্ৰান্ত বুলি মন্তব্য কৰে প্ৰফুল্ল বড়াই। দ্বিতীয়বাৰৰ বাবে …

জ্যেষ্ঠ নাগৰিকৰ বাবে মুকলি হ’ল আঁকোৱালিৰ বিশেষ সেৱা

গুৱাহাটী ১৪ ডিচেম্বৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে মানসিক ফিটনেছ আৰু লাইফষ্টাইলৰ সুবিধা আগবঢ়োৱা গুৱাহাটীৰ আঁকোৱালি কেয়াৰ ছাৰ্ভিচেছে সোমবাৰে ভিনাইল কাফেত তেওঁলোকৰ ‘এল্ডাৰলী হোম কেয়াৰ ইনিচিয়েটিভ’ শীৰ্ষক এক বিশেষ অনুষ্ঠান মুকলি কৰে৷ এই অনুষ্ঠান মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে৷ অনুষ্ঠানটোত সন্মানীয় …

কৃষি আইন বাতিলৰ দাবীত শিৱসাগৰত বাওঁদল সমূহৰ বিক্ষোভ প্রদর্শন

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৪ ডিচেম্বৰ তিনিখনকৈ কৃষি আইন বাতিলৰ দাবী দেশৰ ৰাজধানী দিল্লীত চলি থকা কৃষক বিদ্ৰোহৰ প্ৰতি সংহতি প্ৰকাশ কৰি সোমবাৰে দেশজুৰি বাওঁদল সমূহৰ যৌথ প্ৰতিবাদী কাৰ্যসূচী। শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখতো বাওঁদল সমূহে কৃষি …

নগাঁৱত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

কুন্দন ভৰালী নগাঁও  ১৪ ডিচেম্বৰ নগাঁৱত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। চাহ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। অতি শীঘ্ৰে চাহ জনজাতিৰ লোক সকলৰ সমস্যা সমাধান নকৰিলে প্ৰতিবাদ অধিক তীব্রতৰ …

নিজ সমষ্টিতে জ্বলিল বিধায়ক শিলাদিত্য দেৱৰ প্ৰতিমূৰ্তি

হোজাই ১৩ ডিচেম্বৰ নিজ সমষ্টিতে জ্বলিল বিজেপিৰ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱৰ প্ৰতিমূৰ্তি। হোজাইত “কা” বিৰোধী প্ৰতিবাদ কৰিবলৈ দিয়া নহ’ব বুলি শিলাদিত্য দেৱে দিছিল হুংকাৰ। ইয়াৰ পিছতে ডবকাত জ্বলিল বিধায়ক শিলাদিত্য দেৱৰ প্ৰতিমূৰ্তি। কৰ’ণা মহামাৰীৰ বাবে স্তব্ধ হৈ পৰা “কা” …

হালধা গাঁৱত অনুষ্ঠিত বক্তৃতানুষ্ঠানত মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া

চিপাঝাৰ ১৩ ডিচেম্বৰ দেওবাৰে দৰং জিলাৰ অন্তৰ্গত পুৰস্কাৰ প্ৰাপ্ত স্বচ্ছ তথা আদৰ্শ গাঁও হালধাত “শান্তি আৰু মানৱতা অবিহনে দেশ তথা সমাজৰ উন্নয়ন অসম্ভৱ” শীৰ্ষক এক প্ৰেৰণাত্মত বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে শান্তি আৰু মানৱতা সন্দৰ্ভত বিশ্লেণাত্মক আৰু প্ৰেৰণামূলক বক্তব্য আগবঢ়াই অৰ্ধ …

চামগুৰিৰ হাঁহচৰা আৰু বৰালীগাঁৱৰ পথাৰত দিন দুপৰতে বনৰীয়া হাতীৰ মুক্ত বিচৰণ

নৱজ্যোতি বৰুৱা চামগুৰি ১৩ ডিচেম্বৰ নগাঁৱৰ চামগুৰিৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱত। চামগুৰিৰ হাঁহচৰা আৰু বৰালীগাঁৱৰ পথাৰত দিন দুপৰতে বনৰীয়া হাতীৰ মুক্ত বিচৰণে কৃষক ৰাইজক বিপদত পেলাইছে। বনৰীয়া হাতীয়ে পকা ধান খাই তহিলং কৰিছে খেতি পথাৰ। নগাঁও জিলাৰ …