Jammu and Kashmir : কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক অসম নাগৰিক সমাজৰ গৰিহণা
গুৱাহাটী, ২৩ এপ্ৰিল, ২০২৫ : মঙলবাৰে জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে নিৰীহ পৰ্যটক আৰু নাগৰিকৰ ওপৰত চলোৱা নৃশংস আৰু বৰ্বৰ আক্ৰমণৰ ঘটনাত অসম নাগৰিক সমাজৰ (Assam Nagarik Samaj) গৰিহণা। নিৰীহ লোকৰ ওপৰত সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ ঘটনাত অসম নাগৰিক সমাজৰ স্তম্ভিত আৰু হতচকিত …