Zubeen Garg : মহানগৰীৰ গড়চুকত বিশ্ব বৰেণ্য শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
গুৱাহাটী, ২১ অক্টোবৰ, ২০২৫ : মহানগৰীৰ গড়চুকত অৱস্থিত ডি এ ডেন্স একাডেমীৰ ব্যৱস্থাপনাত ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী দিব্যজ্যোতি দাস স্থানীয় সমাজকৰ্মী প্ৰমোদ পাটোৱাৰী, দ্বীপ ডেকা, বিপুল দাস, মতিউৰ ৰহমান আৰু হেলেনা দৈমাৰীৰ প্ৰত্যক্ষ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব বৰেণ্য শিল্পী হিয়াৰ …