মিঞা সংগ্ৰহালয়ৰ বিতৰ্কৰ মাজতে বিধায়ক শ্বেৰমান আলী আহমেদৰ এখন বিশেষ পত্ৰ

গুৱাহাটী ২৫ অক্টোবৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ এখন বিশেষ পত্ৰ। ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ গৰম কৰি ৰখা মিঞা সংগ্ৰহালয়ৰ বিতৰ্কৰ মাজতে বিধায়ক শ্বেৰমান আলী আহমেদৰ এই এখন বিশেষ পত্ৰই এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিধায়ক গৰাকীৰ মতে বিধানসভাৰ ‘ডিপাৰ্টমেণ্টলে ষ্টেণ্ডিং …

সপ্তমীৰ নিশা চামগুৰিত ঘৰত আৰু অষ্টমীৰ নিশা ৰঙিয়াত গহনালয়ৰ দোকানত

ৰঙিয়া ২৫ অক্টোবৰ সপ্তমীৰ নিশা চামগুৰিত দুঘৰত আৰু অষ্টমীৰ নিশা ৰঙিয়াত গহনালয়ৰ দোকানত। পূজাৰ সম্পূৰ্ণ সুবিধা লৈছে চোৰে। পূজাৰ বতৰ, নিশা হ’লেই চোৰে চলাই যায় চাফাই অভিযান। অষ্টমীৰ নিশা ৰঙিয়াত চাফা কৰিলে এখন গহনালয়ৰ দোকান। দুৰ্গা পূজাৰ উলহ মালহ পৰিৱেশৰ …

ভুত বাংলাত পৰিণত তিনিচুকীয়া পশু চিকিৎসালয়

মুস্তাক আহমেদ জুৰীয়া ২৫ অক্টোবৰ নগাঁও জিলাৰ তিনিচুকীয়া পশু চিকিৎসালয়ৰ জৰাজীৰ্ণ ৰূপ। ভুত বাংলাত পৰিণত হৈছে পশু চিকিৎসালয়খনৰ কার্যলায় আৰু আবাসগৃহ। আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। এই বাক্যই যেন প্ৰযোজ্য হৈ পৰিছে তিনিচুকীয়া পশু চিকিৎসালয়ৰ ক্ষেত্ৰত। নগাঁও জিলাৰ …

ডবকাত উদ্ধাৰ অপহৃতা নাবালিকা

ছাহিদুল আলম ডবকা ২৫ অক্টোবৰ হোজাই জিলাৰ ডবকাত উদ্ধাৰ হৈছে এগৰাকী অপহৃতা নাবালিকা। হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ, চাইল্ড লাইন আৰু ডবকা আৰক্ষীয়ে অভিযান চলাই ডবকা চাংমাজী মিকিৰগাঁৱৰ পৰা উদ্ধাৰ কৰে নাবালিকা গৰাকী৷ হোজাই জিলাৰ ডবকাৰ অন্তৰ্গত চাংমাজী মিকিৰগাঁৱৰ পৰা হোজাই …

মহানগৰীৰ পাঞ্জাৱৰীত নকল নোটৰ উজান

গুৱাহাটী ২৫ অক্টোবৰ মহানগৰীৰ পাঞ্জাৱৰীত নকল নোটৰ উজান। মহানগৰ আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই জব্দ কৰিলে লাখ লাখ টকা। পাঞ্জাৱৰীতে তৈয়াৰ কৰা হৈছিল এই লাখ লাখ টকা। লাখ লাখ জাল নোটসহ উদ্ধাৰ হৈছে জাল নোট চপা মেচিন। পূজাৰ মাজতে মহানগৰীৰ পাঞ্জাৱৰীৰ …

গাঁও পঞ্চায়তৰ গুদামৰ পৰা উদ্ধাৰ চুৰিৰ সমগ্রী

মুস্তাক আহমেদ জুৰীয়া  ২৫ অক্টোবৰ জুৰীয়াত গাঁও পঞ্চায়তৰ গুদামৰ পৰা উদ্ধাৰ চুৰিৰ সমগ্ৰী। জেঙুনী গাঁও পঞ্চায়তৰ গুদামৰ পৰা ১৬ লাখ টকাৰ চুৰিৰ সামগ্ৰী উদ্ধাৰ। ট্ৰাক হাইজেক ঘটনাৰ লগত জেঙুনী গাওঁ পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী জড়িত থকাৰ সন্দেহ। নগাঁও জিলাৰ জুৰীয়াৰ জেঙুনী …

শিৱসাগৰৰ দেৱী দ’লত এইবাৰ অনুষ্ঠিত নহয় সম্প্ৰীতিৰ উদাহৰণ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৪ অক্টোবৰ চাৰিশ বছৰীয়া পৰম্পৰা ভংগ। শিৱসাগৰৰ দেৱী দ’লত এইবাৰ অনুষ্ঠিত নহয় সম্প্ৰীতিৰ উদাহৰণ। মুছলমান ধৰ্মীয় দৌল্লা পৰিয়ালক কভিডৰ বাবে আনুষ্ঠানিকভাৱে প্ৰদান নকৰে পূজাৰ ছাগলী। নিয়ম ৰক্ষা কৰি নৱমীৰ দিনা প্ৰদান কৰিব শৰাই। …

পৰিৱৰ্তন বিচাৰি কচুগাঁৱত পৰিৱৰ্তন পদযাত্ৰা

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ২৪ অক্টোবৰ বি টি চি পৰিষদীয় নিৰ্বাচনকলৈ বড়ো ভূমিত তীব্রতৰ কৰি তুলিছে ইউ পি পি এল দলে নিৰ্বাচনী প্ৰচাৰ। এইবাৰ বড়ো ভূমিত পৰিবৰ্তনৰ লক্ষ্য আগত লৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ইউ পি পি এল দল। শনিবাৰে …

যোগান বিভাগৰ চাউল চুৰি কৰি ধৰা পৰিল যোগান বিভাগৰ এজেণ্ট

ছাহিদুল আলম ডবকা ২৪ অক্টোবৰ হোজাইত যোগান বিভাগৰ চৰকাৰী চাউলক লৈ চলিছে ভয়ংকৰ দূৰ্নীতি৷ যোগান বিভাগৰ চাউল চুৰি কৰি নি থকা অৱস্থাত ধৰা পৰিল যোগান বিভাগৰ এজেণ্ট। ই-ৰিক্সাৰে ১২ বস্তা চাউল বিক্ৰীৰ বাবে নি থকা অৱস্থাত পথৰ ওপৰতে ই-ৰিক্সা বেয়া …

অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ

ৰঙিয়া ২৪ অক্টোবৰ অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰকলৈ ৰঙিয়াত চাঞ্চল্য। দলংৰ ওপৰত পুৱাৰ ভাগত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো। শুকুৰবাৰে নিশাৰ ভাগত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষী তথা স্থানীয় ৰাইজৰ। কামৰূপ জিলাৰ ৰঙিয়াৰ জামতোলাত শনিবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয় এজন অচিনাক্ত …