শিৱসাগৰত দুই শতাধিক সংখ্যালঘুসহ তিনি শতাধিক লোকে যোগদান কৰে বিজেপিত
আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৮ নৱেম্বৰ আগন্তক ২০২১ বর্ষৰ নিৰ্বাচনৰ পূৰ্বে উজনি অসমৰ শিৱসাগৰত বিজেপি মুখী হ’ল কেইবা শতাধিক লোক। শিৱসাগৰত দুই শতাধিক সংখ্যালঘু লোকসহ তিনি শতাধিক লোকে যোগদান কৰে বিজেপিত। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে …