ঐতিহাসিক তলাতল ঘৰত তলা লগালে আটাছুৱে

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১১ নৱেম্বৰ তলালত ঘৰৰ চাৰিসীমাৰ ভিতৰত বেদখল উচ্ছেদ কৰাৰ দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৰংপুৰ আঞ্চলিকে তলাতল ঘৰৰ প্ৰৱেশ দ্বাৰত তলা লগাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।  ঐতিহাসিক তলাতল ঘৰৰ চৌহদত গৰু …

ৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ গোস্বামীৰ মন্তব্য : নুৰুল হুদাৰ বিৰুদ্ধে আছে দূৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ

মুস্তাক আহমেদ জুৰীয়া ১১ নৱেম্বৰ নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে দূৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ আছে। এই মন্তব্য ৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ গোস্বামীৰ। সংবাদ মাধ্যমৰ আগত নুৰুল হুদা সন্দৰ্ভত বহু বিস্ফোৰক মন্তব্য ৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ …

স্থানীয় সামাজিক নেতা সকলে জনা প্ৰয়োজন কেনেকৈ ডাইনী কাণ্ড আৰু দলব্ধ আক্ৰমণ ৰোধ কৰিব পাৰি : মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া

গুৱাহাটী ১১ নৱেম্বৰ ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ স্থানীয় লোকসকলে অনুভৱ কৰাৰ লগতে অন্ধবিশ্বাস, ডাইনী কাণ্ড , দলব্ধ আক্ৰমন কিয় হয় জানি বুজি প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিব লাগিব। আমি জানিব লাগিব এই সমূহ কুসংস্কাৰৰ পৰা আমি কেনেকৈ মুক্তি লাভ কৰিব পাৰিম। সমাজৰ …

নগাঁৱত আকৌ ডিও কেয়াৰ নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি

কুন্দন ভৰালী নগাঁও ১০ নৱেম্বৰ নগাঁৱত আকৌ ডিও কেয়াৰ নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি। বাৰে বাৰে বিতৰ্কৰ মাজত সোমাই পৰে এই নাৰ্ছিং হোমখন। এইবাৰ এগৰাকী মহিলা ৰোগীক নাৰ্ছিং হোমৰ এজন কৰ্মচাৰীয়ে মহিলা গৰাকীৰ ব্যক্তিগত অংশত হাত দিয়াৰ বাবেই সৃষ্টি হয় মাৰপিটৰ …

শিৱসাগৰৰ বাতৰি কাকত বিক্ৰী প্ৰতিষ্ঠানৰ স্বাত্তাধিকাৰীৰ মৃত্যুত স্মৃতিচাৰণ সভা

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১০ নৱেম্বৰ শিৱসাগৰৰ বাতৰি কাকত বিক্ৰী প্ৰতিষ্ঠানৰ স্বাত্তাধিকাৰীৰ মৃত্যুত স্মৃতিচাৰণ সভা। যোৱা ৩১ অক্টোবৰ তাৰিখে পৰলোকপ্ৰাপ্তি হোৱা শিৱসাগৰৰ বিপুল শৰ্মাৰ আদ্যশ্ৰাদ্ধ আৰু স্মৃতি চাৰণ সভা আজি অনুষ্ঠিত হয়৷ অসম আন্দোলনৰ এক সক্ৰিয় সাহসী …

গড়াজান ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল দুট আৱাসগৃহ

মুস্তাক আহমেদ জুৰীয়া ১০ নৱেম্বৰ ৰূপহীহাটৰ গড়াজান ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ’ল দুট আৱাসগৃহ। বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ। মঙলবাৰে পূৱা নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত গড়াজানৰ পূৱ ফুটালঝাৰত সংঘটিত হয় এক ভয়ংকৰ …

বৰমাৰ অসম গ্ৰামীন বিকাশ বেংকত উত্তপ্ত পৰিস্থিতি

বাক্সা ১০ নৱেম্বৰ বাক্সা জিলাৰ বৰমা অসম গ্ৰামীন বিকাশ বেংকৰ শাখাত উত্তপ্ত পৰিস্থিতি। বেংক বিষয়াই গ্ৰাহকক ধন জমাবহী আৰু এনঅচি নিদিয়াৰ ফলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষী হস্তক্ষেপত নিয়মলৈ আহে পৰিস্থিতি। বেংকৰ জমাবহীৰ পৰা গ্ৰাহকৰ ধন হৰলুকী হোৱা চাইবাৰ ক্ৰাইমৰ …

কাহিলিপাৰাত ভয়াবহ পথ দুৰ্ঘটনা : ৰাজপথৰ ওপৰত জ্বলি ছাই হ’ল আই টেন গাড়ী

গুৱাহাটী ১০ নৱেম্বৰ কাহিলিপাৰাত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। ৰাজপথৰ ওপৰতে জ্বলি ছাই হয় এখন আই টেন গাড়ী। গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত চালকজনক হায়াত হাপিতালত ভৰ্তি কৰে স্থানীয় ৰাইজে। সোমবাৰে মহানগৰীৰ কাহিলিপাৰাৰ দক্ষিণ গাঁৱত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। দক্ষিণগাঁও-লখৰা …

বঙাইগাঁও জিলাৰ চাকলাৰ কৃষকৰ মুখত হাঁহিৰ ৰেঙণি :  বাৰে বাৰে বানে ধুৱা পথাৰত কৃষকৰ সপোন বাস্তৱলৈ ধাৱমান

ইয়াছিন আলী বঙাইগাঁও ১০ নৱেম্বৰ বঙাইগাঁও জিলাৰ চাকলাৰ পথাৰত বানে বিধ্বস্ত কৰা শস্য পথাত চেষ্টাৰ ত্ৰুটি কৰা নাছিল কৃষক সকলে। বাৰম্বাৰ বানপানীয়ে খেতিয়কৰ সপোন বিধ্বস্ত কৰাৰ পিছত নিজ চেষ্টাৰে খেতিয়ক সকল জাকত জিলিকা কৈ খেতি পথাৰ গঢ়ি তুলিছিল শাক পাচলিৰ …

নগাঁও জিলাৰ জুৰীয়াৰ জোনাকী পুথিভঁৰালত জুৰীয়াৰ মবাইল হোত্সএপ গ্ৰুপ “একেখন নাৱৰে যাত্ৰী”ৰ উদ্যোগত আৰু জুৰীয়া সংবাদ ক্লাবৰ সহযোগত সম্বৰ্ধনা অনুষ্ঠান

মুস্তাক আহমেদ জুৰীয়া ৯ নৱেম্বৰ জুৰীয়াৰ জোনাকী পুথিভড়ালত জুৰীয়াৰ মবাইল হোত্সএপ গ্ৰুপ “একেখন নাৱৰে যাত্ৰী”ৰ উদ্যোগত আৰু জুৰীয়া সংবাদ ক্লাবৰ সহযোগত তেলিয়া বেবেজীয়া গাঁও পঞ্চায়তৰ নৱ প্ৰজন্মৰ তিনি গৰাকীকৈ যুৱকৰ লগতে এগৰাকী জেষ্ঠ শিল্পীক সম্বৰ্দ্ধনা জনোৱা হয়। বহু বছৰৰ পাছত …