NF Railway : উত্তৰ পূব সীমান্ত ৰে’,লৱেৰ দ্বাৰা ২০২৪-২৫ বিত্তীয় বৰ্ষত ১০.৬৮১ মিলিয়ন টন সামগ্ৰী লোডিঙৰ সফলতা অৰ্জন
নিউজ ডেস্ক, ১৪ এপ্ৰিল, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ গ্ৰাহকসকলক সেৱা আগবঢ়োৱাৰ বাবে আৰু অন্তিম ব্যৱহাৰকাৰীসকলক অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্ৰুত যোগান নিশ্চিত কৰিবলৈ অক্লান্তভাৱে সেৱা আগবঢ়াই আহিছে। মাল পৰিবহনৰ (Goods Transportation) ক্ষেত্ৰত ক্ৰমাগত অগ্ৰগতি প্ৰদৰ্শনেৰে উত্তৰ পূব সীমান্ত ৰে’লৱেই মাৰ্চ …