Campus : কেম্পাছ শ্বু’জৰ নতুন ‘ইউ গ’ গাৰ্ল!’ অভিযানত সামাজিক সংজ্ঞাৰ পৰিধি ভাঙি নিজক জয়ৰ বাৰ্তা কৃতি ছেননৰ
নিউজ ডেস্ক ১৩ অক্টোবৰ ২০২৫ : ভাৰতৰ শীৰ্ষস্থানীয় তথা দ্ৰুতগতিত উন্নয়নশীল ক্ৰীড়া আৰু এথলেইজাৰ ফুটৱেৰ ব্ৰেণ্ড কেম্পাছ একটিভৱেৰে আজি ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী কৃতি ছেননক (Kriti Sanon) লৈ ‘ইউ গ’ গাৰ্ল!’ অভিযানৰ দ্বিতীয় সংস্কৰণ মুকলি কৰে। উল্লেখ্য যে, ইয়াৰ প্ৰথম …