NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা বিগত বিত্তীয় বৰ্ষৰ সময়ছোৱাত ১৩০৯১ খন মালবাহী ৰে’লৰ ৰেক আনলোড
নিউজ ডেস্ক, ৬ এপ্ৰিল, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিগত বিত্তীয় বৰ্ষত মালবাহী ৰে’লৰ (Goods Train) আনলোডিঙত নিৰৱচ্ছিন্ন প্ৰগতি প্ৰদৰ্শন কৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত, উত্তৰ পূব সীমান্ত ৰে’লৱেই ১৩,০৯১ খন মালবাহী ৰে’লৰ ৰেক সফলতাৰে আনলোড কৰে, যাৰ ভিতৰত কেৱল ২০২৫ …