Lumding : লামডিং-বদৰপুৰ পাৰ্বত্য শাখাৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
গুৱাহাটী, ১৫ মে’, ২০২৫ : ৰে’লৱে সুৰক্ষা আৰু আন্তঃগাঁথনিৰ স্থিতিস্থাপকতা বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) লামডিং মণ্ডলৰ অন্তৰ্গত অসমৰ লামডিং-বদৰপুৰ পাৰ্বত্য শাখাৰ ভূমিস্খলন, পানী নিষ্কাশনৰ সমস্যা আৰু বান্ধৰ স্থিৰতাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ …