শিৱসাগৰত উজনি অসম মুছলিম কল্যান পৰিষদৰ সংবাদমেল

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ  ১৩ ছেপ্টেম্বৰ শিৱসাগৰত উজনি অসম মুছলিম কল্যান পৰিষদৰ সংবাদ মেল। উজনিত চৰকাৰৰ খিলঞ্জীয়া মুছলমান বিৰোধী স্থিতি, বিজেপিয়ে প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি সত্যৰঞ্জন বৰা আৰু গীত কামকুপাৰ বিৰুদ্ধে সৰৱ হৈ উঠে পৰিষদ। শিৱসাগৰত …

ষ্টাৰ্টআপ অসমৰ অনলাইন উত্তৰ-পূব ষ্টাৰ্টআপ ফেষ্টিভেলৰ আয়োজন

গুৱাহাটী ১৩ ছেপ্টেম্বৰ ষ্টাৰ্টআপ অসমে উত্তৰ-পূব ষ্টাৰ্টআপ ফেষ্টিভেলৰ প্ৰাৰম্ভিক অনুষ্ঠান হিচাপে উত্তৰ-পূব ষ্টাৰ্টআপ ৱেবিনাৰৰ আয়োজন কৰিছে য’ত উত্তৰ-পূব আৰু চুবুৰীয়া দেশ বাংলাদেশ, ভূটান আৰু এছিয়ান দেশসমূহে ভাগ ল’ব। ৱেবিনাৰৰ আয়োজন উত্তৰ-পূবৰ ৰাজ্যসমূহত ষ্টাৰ্টআপ ইক’চিষ্টেম এটা কৰিবলৈ কৰা হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় …

কথমপি প্ৰাণ ৰক্ষা পৰিল মেঘালয়ৰ শক্তিমন্ত্ৰী জেমছ চাংমাৰ

কুন্দন ভৰালী নগাঁও ১৩ ছেপ্টেম্বৰ কথমপি প্ৰাণ ৰক্ষা পৰিল মেঘালয়ৰ শক্তিমন্ত্ৰী জেমছ চাংমাৰ। নগাঁৱত মেঘালয়ৰ শক্তিমন্ত্ৰী গৰাকীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত হোৱাত কথমপি প্ৰাণ ৰক্ষা পৰে মন্ত্ৰী গৰাকীক। দেওবাৰে নগাঁও জিলাৰ ননৈত মেঘালয়ৰ শক্তিমন্ত্ৰী জেমছ চাংমাৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত হোৱাত কথমপি প্ৰাণ ৰক্ষা …

সোণতলীত ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা মুকলি কৰাৰ দাবীত তিব্ৰ প্ৰতিবাদ

ফজলুৰ ৰহমান সোণতলী ১৩ ছেপ্টেম্বৰ দক্ষিণ কামৰূপৰ সোণতলীৰ অন্তৰ্গত মালিবাৰীত অসম-মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত স্থানীয় ৰাইজে দুৰামাৰী মালিবাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা যোগান ধৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ …

মুকালমুৱাত পিষ্টলসহ আটক দুজন

বিনু তালুকদাৰ মুকালমুৱা ১২ ছেপ্টেম্বৰ মুকালমুৱা আৰক্ষীৰ বিশেষ সাফল্য। পিষ্টলসহ আটক কৰিলে দুজন লোকক। বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত জড়িত আছিল ধৃত লোক দুজন। গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে আটক কৰিলে দুয়োকে। মুকালমুৱাত পিষ্টলসহ আৰক্ষীয়ে আটক কৰিলে দুজনক। মুকালমুৱা আৰক্ষী …

ৰাইজে খেদি খেদি আটক কৰিলে নকল টকাৰ ব্যৱসায় কৰিবলৈ আহ এজনক

হোজাই ১২ ছেপ্টেম্বৰ ৰাইজে খেদি খেদি আটক কৰিলে নকল টকাৰ ব্যৱসায় কৰিবলৈ আহ এজন লোকক। হোজাইৰ দেৱস্থানত নকল টকাৰ ব্যৱসায় কৰিবলৈ আহি ৰাইজৰ হাতত আটক হয় জীয়া উদ্দিন নামৰ লোকজন। হোজাইৰ দেৱস্থান বজাৰত শনিবাৰে বজাৰৰ এজন দোকানীৰ পৰা সামগ্ৰী ক্ৰয় …

এমজিএনৰেগাৰ কামৰ নামত ব্যাপক দুৰ্নীতি

আনিছুৰ আলী গৌৰিপুৰ  ১২ ছেপ্টেম্বৰ মহামায়া উন্নয়ন খণ্ডত এমজিএনৰেগাৰ কামৰ নামত ব্যাপক দুৰ্নীতি। সাধুভাষা গাঁও পঞ্চায়তত কবৰস্থানত নাম মাত্ৰ কাম কৰি আচনিৰ সমূদায় ধন আত্মসাৎ কৰাৰ অভিযোগ সভানেত্ৰী নাৰ্জিনা বেগমৰ বিৰুদ্ধে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এমজিএনৰেগাৰ কামৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ …

নগাঁও আৰু কাছাৰ কাগজ কলৰ পুনৰজীৱীতকৰনৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপক আদৰণি ভাৰতীয় জনতা পাৰ্টি, অসম প্রদেশৰ

গুৱাহাটী ১২ ছেপ্টেম্বৰ নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ পুনৰজীৱীতকৰণৰ বাবে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়ধীকৰণৰ পৰা অতিৰিক্ত এমাহ সময় বিছাৰি অসম চৰকাৰৰে হিন্দুস্তান লিমিটেডৰ লিকুইডেটৰ কুলদ্বীপ বাৰ্মালৈ প্ৰেৰণ কৰা পত্ৰখনৰ বাবে ৰাজ্যিক চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ভাৰতীয় জনতা পাৰ্টি, অসম …

বি টি চিত চৰকাৰ গঠন কৰিব নোৱাৰিলে নৱ শৰণীয়াই ৰাজনীতিৰ পৰা সন্যাস ল’ব

গুৱাহাটী ১২ ছেপ্টেম্বৰ সাংসদ নৱ শৰণীয়াৰ ঘোষণা, বি টি চিত এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰিলে ৰাজনীতিৰ পৰা সন্যাস গ্ৰহণ গ্ৰহন কৰিব। ৩০ খন আসনত জয় লাভ কৰি বি টি চিত চৰকাৰ গঠন কৰিব নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টীয়ে। বি টি …

গঁড়ৰ ছাল, নখ, হৰিণাৰ শিঙসহ কেঁকোসাপ উদ্ধাৰ

নৱজ্যোতি বৰুৱা চামগুৰি ১২ ছেপ্টেম্বৰ চামগুৰিত বন সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ বৃহৎ সাফল্য। বগামুৰাৰ এঘৰৰ পৰা বন সুৰক্ষা বাহিনী আৰু আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিলে গঁড়ৰ ছাল, নখ, হৰিণাৰ শিঙসহ এটা কেঁকোসাপ। শুকুৰবাৰে নিশা নগাঁও জিলাৰ চামগুৰিৰ অন্তৰ্গত বগামুৰাত এক …